নিশা নগাঁৱত আৰক্ষীৰ গুলীচালনা

Breaking News

⭕নগাঁৱত আৰক্ষীৰ গুলীচালনা
⭕নগাৱৰ বৰঘাট মৰিকলং চাৰিআলিত সংঘটিত হয় এই ঘটনা
⭕ড্ৰাগছ মাফিয়াক কেন্দ্ৰ কৰি SP আনন্দ মিশ্ৰ বাহিনীৰ গুলিচালনা
⭕নিশা বাইকেৰে আহি আছিল দুজন যুৱক।
⭕আৰক্ষীয়ে ৰখিবলৈ নিৰ্দেশ দিছিল যুৱক দুজনক।
⭕আৰক্ষীয় নিৰ্দেশ অমান্য কৰি পলায়নৰ চেষ্টা কৰিছিল যুৱক দুজনে।
⭕তাৰে এজনে বাইকৰ পৰা পৰিযোৱাত ড্ৰাগছৰ কাৰ্টুনখিনিও পৰি গৈছিল।
⭕তেনে সময়ত ANS টিমৰ সদস্যই ধৰিবলৈ যাওঁতে ANS টিমৰ সদস্যজনক গতামাৰি পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলিয়াই আজিজুল হক নামৰ ড্ৰাগছ ব্যৱসায়ীজনক।
⭕ সম্প্ৰতি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ধৃত আজিজুল হক।
⭕আনহাতে বাইকত আহা আনজন যুৱকৰ সন্ধানত নগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে ব্যাপক অভিযান।
⭕উল্লেখযোগ্য যে আজিজুলৰ ভাতৃক কিছুদিন পূৰ্বে নগাঁও আৰক্ষীয়ে আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.