পুত্ৰ সহ পুনৰ দিদিৰ শৰণাপন্ন মুকুল ৰয়

নেচনেল ডেস্ক, এন ই ভাৰত

নিৰ্বাচনত মুখথেকেচা খোৱাৰ পিছত পশ্চিম বংগৰ বিজেপিত মোক্ষম আঘাত। বিজেপিৰ শীৰ্ষ নেতা মুকুল ৰয় পুনৰ উভতি আহিল তৃণমূল কংগ্ৰেছলৈ।পুত্ৰ সুভ্ৰাংশু ৰয়সহ আজি বংগ বিজেপিৰ হাইপ্ৰ’ফাইল নেতাজনে তৃণমূল কংগ্ৰেছত যোগদান কৰে।

পুত্ৰসহ মুকুল ৰয়ক দললৈ আদৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিক্ৰিয়া,”বিজেপিৰ শোষণ সহিব নোৱাৰি ঘৰৰ ল’ৰা ঘৰলৈ ঘুৰি আহিল “।।

You might also like
Leave A Reply

Your email address will not be published.