পেৰা অলিম্পিকত পদক অৰ্জন কৰা খেলুৱৈক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ। খেলুৱৈসকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। প্ৰধানমন্ত্ৰী কাৰ্যালয়ত আয়োজন কৰা হয় বিশেষ সম্বৰ্ধনা কাৰ্যসূচীৰ। খেলুৱৈ সকলৰ উপযুক্ত প্ৰশিক্ষণৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা প্ৰতিশ্ৰুতি। তেওঁলোকৰ মনৰ উদ্যম আৰু সাহসক প্ৰশংসা কৰাৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে ধন্যবাদ জনালে প্ৰধানমন্ত্ৰীয়ে ।
