নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ।অসমৰ শেহতীয়া সীমা সমস্যাৰ সমাধান সূত্ৰ বিছাৰি প্ৰধানমন্ত্ৰী-কেন্দ্ৰীয় গৃহমন্ত্ৰীক এই সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি দেশত উপস্থিত হ’ব লগা অলিম্পিক পদকজয়ী অসম কণ্যা লাভলীনা বৰগোহাঁইক নতুন দিল্লীত আগতীয়াকৈ সম্বৰ্ধনা জনাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।।
