বহিঃৰাজ্যত অসমৰ ৪ যুৱতীক উদ্ধাৰ,আটক ৩

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

কামৰূপ আৰক্ষীৰ সফলতা।বহি:ৰাজ্যৰ পৰা আটক অসমৰ নাৰী সৰবৰাহকাৰী চক্ৰ। অসমৰ ৪ যুৱতীক ৰাজস্থানৰ জয়পুৰ আৰু উত্তৰ প্ৰদেশৰ গোমটি নগৰৰ পৰা উদ্ধাৰ। আৰক্ষীয়ে আটক কৰিছে মহিলাসহ ৩ নাৰী সৰবৰাহকাৰী।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৩ সৰবৰাহকাৰী কামৰূপৰ জয়াতন নেছা,হোজাইৰ মাৰ্জিনা আৰু ফাইজুদ্দিন।
এই বৃহৎ সফলতাৰ বাবে অসম আৰক্ষীক টুইটযোগে অভিনন্দন জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।।

You might also like
Leave A Reply

Your email address will not be published.