বিশিষ্ট আলোকচিত্ৰ শিল্পী মহেন্দ্ৰ বৰুৱালৈ অমূল্য মান্না আলোক চিত্ৰ বঁটা!

নিউজ ডেস্ক:

বিশিষ্ট আলোকচিত্ৰ শিল্পী মহেন্দ্ৰ বৰুৱালৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ অমূল্য মান্না আলোক চিত্ৰ বঁটা । অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু ফটোগ্ৰাফী ইনষ্টিটিউট অৱ অসমৰ সহযোগত আগবঢ়াই অহা ‘অমূল্য মান্না আলোক চিত্ৰ বঁটা’ ১৯ জানুৱাৰীত প্ৰসিদ্ধ আলোকচিত্ৰ শিল্পী- চলচ্চিত্ৰ পৰিচালক অমূল্য মান্নাৰ মৃত্যু দিৱসত বিশিষ্ট আলোক চিত্ৰ শিল্পী গৰাকীক প্ৰদান কৰা হ’ব।।

You might also like
Leave A Reply

Your email address will not be published.