বিৱাহ বাৰ্ষিকী উদযাপন কৰিয়েই গ’লগৈ নিলয়দা!

বিশিষ্ট আইনজ্ঞ,ক্ৰীড়া সংগঠক নিলয় দত্ত আৰু নাই।আজি পুৱা প্ৰায় দুই বজাত কুৰ্গত আকস্মিক বিয়োগ ঘটে দত্তৰ। সপত্নীক নিজৰ বিৱাহ বাৰ্ষিকী উদযাপনৰ কিছু সময় পাছতেই মৃত্যু ঘটে অৰুণাচলৰ মহাধিবক্তা, অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সভাপতি তথা আন্তৰ্জাতিক ক্ৰিকেট আম্পায়াৰ ৰূপে এসময়ৰ প্ৰসিদ্ধ নিলয়ানন্দ দত্তৰ।

সকলোৰে আদৰৰ ‘নিলয়দা’ৰ আকস্মিক বিয়োগে অসমৰ লগতে তেওঁৰ কৰ্মথলী অৰুণাচলতো শোকৰ ছাঁ পেলাইছে।।

You might also like
Leave A Reply

Your email address will not be published.