ভূৱা প্ৰচাৰ

নিউজ ডেস্ক,এন ই ভাৰত

ভাৰতত ২৬ মে’ৰ পৰা ফেচবুক, টুইটাৰ,ইনষ্টাগ্ৰাম আদি বন্ধ হোৱাক লৈ বিগত সময়চোৱাত চলি আহিছে বিভিন্ন অপপ্ৰচাৰ তথা অতিৰঞ্জিত বা-বাতৰি। হোৱাটচ এপ সন্দৰ্ভত শেহতীয়াকৈ নতুন চৰকাৰি নীতি বান্ধি দিয়া বুলি অসমতো চলা অপপ্ৰচাৰ দৃষ্টিগোচৰ হোৱাত অসম আৰক্ষীয়ে এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিছে।আৰক্ষীয়ে স্পষ্ট কৰিছে যে এয়া সম্পূৰ্ণ ভূৱা প্ৰচাৰ। হোৱাটচ এপ সন্দৰ্ভত চৰকাৰে এইপৰ্যন্ত কোনো নিৰ্দেশনা জাৰি কৰা নাই। ।

You might also like
Leave A Reply

Your email address will not be published.