কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপৰ পাছত টুইটাৰ যোগে মন্তব্য মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ। এক প্ৰত্যাশিত সমাধানৰ দিশে অসম-মিজোৰাম সীমা বিবাদ।চ’ছিয়েল মিডিয়াত সীমান্তত অপ্ৰিতীকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পৰা কোনো বিতৰ্কিত মন্তব্য নকৰিবলৈ মিজোৰাম বাসীলৈ টুইটাৰ যোগে আহ্বান মুখ্যমন্ত্ৰী জোৰামথাংগাৰ।।
