ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰক অলিম্পিকত জিনি অহা পদক দেখুওৱালে মীৰাবাঈ চানুৱে।মণিপুৰৰ লৌহকণ্যা ভাৰত্তোলক মীৰাবাঈক ফুলৰ থোপাৰে অভিনন্দন মাষ্টাৰ ব্লাষ্টাৰৰ। বিশ্ব ক্ৰিকেটৰ কিংবদন্তিক সাক্ষাৎ কৰি উৎফুল্লিত টকিঅ’ অলিম্পিকত ৰূপৰ পদক বিজয়ী দেশৰ গৌৰৱ মণিপুৰৰ লৌহকণ্যা।।
