মেদৱেডেভৰ শিৰত প্ৰথমটো গ্ৰেণ্ড শ্লেম খিতাপ

দানিল মেদভেদেভ ইউএছ অপেনৰ নতুন চেম্পিয়ন।দেওবাৰে অনুষ্ঠিত ইউএছ অপেনৰ ফাইনেলত মেদভেদেভে পোনপটীয়া ছেটত জয়লাভ কৰে নোভাক জকোভিচৰ বিৰুদ্ধে। ৰাছিয়াৰ দ্বিতীয় স্থানত থকা মেদভেদেভে জকোভিচক ৬-৪, ৬-৪, ৬-৪ পোনপটীয়া ছেটত পৰাস্ত কৰি ইউ এছ অপেন খিতাপ হস্তগত কৰে।

উল্লেখ্য যে, ২০১৯ চনৰ ইউ এছ অপেনৰ ৰানাৰ-আপ দানিল মেদভেদেভৰ এয়া প্ৰথমটো গ্ৰেণ্ড শ্লেম খিতাপ।।

You might also like
Leave A Reply

Your email address will not be published.