লিডুত শোকৰ ছাঁ

স্থানীয় সংবাদদাতা,এন ই ভাৰত

লিডুৰ শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী পলাশ বৰুৱাৰ আজি দেহাৱসান ঘটে। উচ্চ ৰক্তচাপত ভোগা বৰুৱাক মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও শেষ নিশ্বাস ত্যাগ কৰে শিক্ষকগৰাকীয়ে। অমায়িক স্বভাৱৰ বাবেই সৰ্বজনপ্ৰিয় হৈ পৰা প্ৰয়াত শিক্ষকগৰাকী লিডুৰ বিশিষ্ট চিকিৎসক প্ৰয়াত ডাঃ বীৰেন্দ্ৰনাথ বৰুৱাৰ পুত্ৰ।
জনপ্ৰিয় শিক্ষক গৰাকীৰ মৃত্যুত সমগ্ৰ লিডু অঞ্চলত শোকৰ ছাঁ পৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.