সাময়িক প্ৰশান্তি!

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

প্ৰায় ৫৫০ দিনৰ অন্তত পৰিয়ালৰ কাষত কাৰাবন্দী অখিল গগৈ। ৰুগীয়া মাতৃ আৰু কিছুদিন পূৰ্বে ক’ভিডৰ পৰা আৰোগ্য হৈ উঠা পুত্ৰক চাবলৈ NIAৰ আদালতে মাত্ৰ দুদিনৰ বাবে মুক্তি দিয়া শিৱসাগৰৰ নবনিৰ্বাচিত বিধায়কজনে আজি পত্নী গীতাশ্ৰী তামুলী আৰু পুত্ৰ নচিকেতাৰ সৈতে কটালে সাময়িক নিবিড় মুহূৰ্ত। NIAৰ আদালতে বান্ধি দিয়া নিৰ্দিষ্ট সময়ৰ ভিতৰত এছক’ৰ্ট লৈ নিজৰ সমষ্টি শিৱসাগৰলৈও যাব পাৰিব অখিল গগৈ।।

You might also like
Leave A Reply

Your email address will not be published.