হাৰিয়ানাৰ প্ৰিয়াৰ বিশ্ব জয়

অলিম্পিকৰ বতাহৰ মাজতে ভাৰতীয় ক্ৰীড়া জগতলৈ আন এক সুখবৰ!মল্লযুঁজত বিশ্ব জিনিলে এগৰাকী ভাৰতীয় নাৰীয়ে।হাংগেৰীত অনুষ্ঠিত বিশ্ব কুস্তি চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছে হাৰিয়ানাৰ মল্লযোদ্ধা প্ৰিয়া মল্লিকে।।

You might also like
Leave A Reply

Your email address will not be published.