ঢেকীয়াজুলিৰ হুগ্ৰাজুলিত অঘটন। হুগ্ৰাজুলি ৰেল ষ্টেচনৰ সমীপৰ এটা কালভাৰ্টৰ তলত এজন লোকৰ মৃতদেহ উদ্ধাৰ। মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি পুৱাতেই হুৱাদুৱা লাগে অঞ্চলটোত।বাতৰি লিখা পৰলৈ চিনাক্ত কৰিব পৰা হোৱা নাই মৃতদেহটো। ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।।
