হোৱাটছ এপত পাব টীকাকৰণৰ প্ৰমাণ পত্ৰ

এতিয়াৰে পৰা হোৱাটছএপযোগে লাভ কৰিব ক’ভিড টীকাকৰণৰ প্ৰমানপত্ৰ। মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰতে লাভ কৰিব এই প্ৰমাণপত্ৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ঘোষণা কৰে এই কথা। +91 9013151515 নম্বৰত ‘covid certificate’ বুলি টাইপ কৰাৰ পাছতে লাভ কৰা OTP ৰ জৰিয়তে ম’বাইলত টীকাকৰণৰ প্ৰমাণপত্ৰ উপলব্ধ হ’ব।

You might also like
Leave A Reply

Your email address will not be published.