১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ’ব সম্পূৰ্ণ আনলক প্ৰক্ৰিয়া।সম্পূৰ্ণ মুকলি হ’ব আন্তঃজিলা যাতায়াত। মহাবিদ্যালয়,বিশ্ববিদ্যালয় খোলাৰো সম্ভাৱনা।ৰাজ্য চৰকাৰে চিন্তা চৰ্চা চলাই থকাৰ কথা জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ১৮ বছৰৰ উৰ্ধৰ সকলোকে ভেকচিন লৈ আনলক প্ৰক্ৰিয়াৰ বাবে সাজু হবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।।
