২৮ জুনৰ পৰা কি কি নতুন নিয়ম?

২৮ জুনৰ পৰা ৰাজ্যত বলৱৎ হ’ব নতুন ক’ভিড SOP

???? গুৱাহাটীত বিয়লি ৩ বজালৈ খোলা থাকিব দোকান-পোহাৰ
???? গুৱাহাটীত বিয়লি ৪ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন
???? বন্ধ থাকিব আন্তঃজিলা যাতায়াত
???? বিশ্বনাথ,মৰিগাঁও আৰু গোৱালপাৰা জিলা এসপ্তাহৰ বাবে কন্টেইনমেন্ট জ’ন
???? বোকাখাট মহকুমাও এসপ্তাহৰ বাবে কন্টেইনমেন্ট জ’নত থাকিব
???? ভেকচিনৰ এটা ড’জ লোৱা কৰ্মচাৰী যাব লাগিব কাৰ্যালয়লৈ
???? দুটা ড’জ ভেকচিন লোৱা সকলে বিমান বন্দৰ, ৰে’ল ষ্টেচনত ক’ভিড টেষ্ট কৰিব নালাগে

You might also like
Leave A Reply

Your email address will not be published.