অক্টোবৰ মাহত আজি গৰমৰ অভিলেখ!

অক্টোবৰ মাহতো গৰমে অভিলেখ ৰচিলে গুৱাহাটীত। আজিৰ দিনটোত গুৱাহাটীৰ সৰ্বোচ্চ তাপমান ৩৬.৯ ডিগ্ৰী চেলচিয়াচ। যি উষ্ণতা অক্টোবৰ মাহত বিগত ১০ বছৰৰ সৰ্বোচ্চ অভিলেখ। স্বাভাৱিকতে শাৰদীয় দূৰ্গোৎসৱৰ বতৰত গৰমে ব্যাপক অস্বস্তিকৰ কৰি তুলিছে জনজীৱন।।

You might also like
Leave A Reply

Your email address will not be published.