কথমপি প্ৰাণৰক্ষা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ।আজি পুৱা বৰঝাৰৰ পৰা তামুলপুৰ অভিমুখে হেলিকপ্টাৰেৰে ৰাওনা হৈছিল মন্ত্ৰী গৰাকী। মন্ত্ৰী কেশৱ মহন্ত সহ ৫ জন যাত্ৰী থকা হেলিকপ্টাৰখন উৰনৰ কিছু সময় পাছতে যান্ত্ৰিক বিজুতিৰ সন্মুখীন হয়। লগে লগে যাত্ৰা পথৰ পৰা ওভোতাই আনি বৰঝাৰ বিমানবন্দৰত হেলিকপ্টাৰখনৰ জৰুৰী অৱতৰণ কৰোৱা হয়।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.