কঙ্গো গণতান্ত্ৰিক গণৰাজ্যত এক অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে বহুকেইটা শিশু। কঙ্গোৰ দক্ষিণ- পশ্চিমত এক অচিন ৰোগৰ ফলত আগষ্টৰ শেষৰ পৰা এতিয়ালৈকে কমেও ১৬৫ টা শিশুৰ মৃত্যু হৈছে।
ৰোগটো আগষ্টত প্ৰথমবাৰৰ বাবে উদ্ভৱ হৈছিল কুইলু প্ৰদেশৰ গুংগু চহৰত যাৰ ফলত পাঁচ বছৰ বয়সলৈকে শিশু এই অচিন ৰোগত আক্ৰান্ত হৈছিল। ইফালে আঞ্চলিক স্বাস্থ্য প্ৰধানে কিছুমান সংক্ৰমিত শিশুৰ গাত মেলেৰিয়া সদৃশ লক্ষণ দেখা দিয়ে বুলি জানিবলৈ দিয়ে।
আনহাতে, কুইলু স্বাস্থ্য মন্ত্ৰালয়ে এতিয়াও ৰোগটোৰ উৎস অধ্যয়ন আৰম্ভ কৰা নাই আৰু প্ৰতিৰোধী ব্যৱস্থা বিকশিত কৰা নাই। প্ৰাপ্ত খৱৰ মতে, লোজো মুনেন আৰু কিঞ্জাম্বা গাঁৱত এই অচিন ৰোগে প্ৰতিদিনে গড়ে চাৰিটা শিশুৰ মৃত্যু ঘটাইছে।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like