অপেক্ষাৰ অন্ত! পুনৰ আৰম্ভ মহাযুঁজ

ক্ৰিকেট প্ৰেমীৰ বাবে সুখৱৰ! ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চতুৰ্দশ সংস্কৰণটো ক’ভিডৰ প্ৰাদুৰ্ভাৱৰ বাবে দীঘলীয়া বিৰতিৰ পিছত আজিৰে পৰা পুনৰ আৰম্ভ।

আইপিএল টি-২০ৰ দ্বিতীয় লীগৰ প্ৰথমখন খেল মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই চুপাৰ কিংছৰ মাজত অনুষ্ঠিত হ’ব।।

You might also like
Leave A Reply

Your email address will not be published.