অলিম্পিকত কাইলৈ কেতিয়া লাভলীনাৰ খেল?

স্পৰ্টছ ডেস্ক-

টকিঅ’ অলিম্পিকত মঙলবাৰে প্ৰথম ৰিঙত নামিব সমগ্ৰ দেশৰ লগতে অসমৰ বহু প্ৰত্যাশিত বক্সাৰ লাভলীনা বৰগোহাঁই। জাৰ্মানীৰ নেডাইন এপটেজৰ বিৰুদ্ধে ভাৰতীয় সময়মতে মঙলবাৰে পুৱা ১০:৫৭ বজাত ৰিঙত নামিব লাভলীনা।অসমৰ একাধিক ক্ৰীড়াবিদৰ স্বাক্ষৰ সম্বলিত এখনি গামোচা প্ৰদান কৰি প্ৰত্যাহ্বানৰ প্ৰাকক্ষণত টকিঅ’ত সমগ্ৰ ৰাজ্যবাসীৰ হৈ পুনৰবাৰ শুভেচ্ছা জনালে অসম অলিম্পিক সন্থাই।।

You might also like
Leave A Reply

Your email address will not be published.