অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত পি ভি সিন্ধু

স্পৰ্টছ ডেস্ক-

ভাৰতৰ তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৰ টকিঅ’ অলিম্পিকৰ মহিলাৰ ছিংগলছত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। পি ভি সিন্ধুৱে মহিলাৰ ছিংগলছ ইভেণ্টত ডেনমাৰ্কৰ মিয়া ব্লিচফেল্ডৰ বিৰুদ্ধে পোনপটীয়া ছেটত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

২১-১৫ , ২১-১৩ ৰ ব্যৱধানত বিশ্বৰ ষষ্ঠ স্থানত থকা সিন্ধুৱে ত্ৰয়োদশ স্থানৰ ডেনমাৰ্কৰ শ্বাটলাৰৰ বিৰুদ্ধে পোনপটীয়া ছেটত জয়লাভ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.