অলিম্পিকৰ ছেমি ফাইনেলত ভাৰতীয় হকী দল

স্পৰ্টছ ডেস্ক-

ভাৰতৰ হকীৰ পুৰুষৰ দলে ৪৯ বছৰৰ পিছত অলিম্পিকৰ চেমি ফাইনেলত স্থান লাভ কৰিছে। কোৱাৰ্টাৰ ফাইনেলত ভাৰতে গ্ৰেট ব্ৰিটেইনক ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। চেমি ফাইনেলত ভাৰতৰ প্ৰতিদন্দ্বী হ’ব বেলজিয়াম। ভাৰতৰ হৈ দিলপ্ৰীত সিং,গুৰজন্ত সিং আৰু হাৰদিক সিঙে এটাকৈ গ’ল দিয়ে।

You might also like
Leave A Reply

Your email address will not be published.