অসমবাসীৰ বাবে গৌৰৱৰ বাৰ্তা কঢ়িয়াই Assam Mountaineering Associationৰ এটি ৯ জনীয়া দলে উত্তৰাখণ্ডৰ গাড়ৱাল হিমালয়ৰ ২০ হেজাৰ ফুট উচ্চতাৰ ‘জগিন ৩’ পৰ্বতত আৰোহণ কৰিছে। পৰ্বতাৰোহী মানস বৰুৱাৰ নেতৃত্বত প্ৰাক-এভাৰেষ্ট অভিযানৰ অংশ ৰূপে ২৬ আগষ্টৰ পুৱা ৮:৩০ বজাত ২০,০৬৬ ফুট উচ্চতাৰ পৰ্বতটোত আৰোহণ কৰা অসমৰ দলটোৰ অন্যান্য সদস্য সকল আছিল উপেন চক্ৰৱৰ্তী,ভাস্কৰ বৰুৱা,জয়ন্ত নাথ,শেখৰ বৰদলৈ,ধ্ৰুৱজ্যোতি হাজৰিকা,কৌশিক দাস, কৃষ্ণা বসুমতাৰী আৰু ৰুবী বৰুৱা।
দলটোৰ এই সমগ্ৰ অভিযানত সহযোগীতা আগবঢ়ায় অসম চৰকাৰে।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
অসমৰ পৰ্বতাৰোহী দলৰ বৃহৎ সাফল্য
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like