অসম সন্তান আৰক্ষী বিষয়াৰ বিৰল সাফল্য

অসম সন্তান IPS শংকৰব্ৰত ৰায় মেধি লৈ বিশেষ সন্মান।কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিশেষ অভিযান পাৰদৰ্শিতা বঁটা আৰক্ষী বিষয়া গৰাকীলৈ।এই বঁটা লাভ কৰা একমাত্ৰ অসমীয়া শংকৰব্ৰত ৰায় মেধি।সম্প্ৰতি NIA ৰ অধীক্ষক হিচাপে দিল্লীত কৰ্মৰত বিষয়াগৰাকী।
মৌলবাদী সংগঠনৰ বিৰুদ্ধে NIAই চলোৱা বিশেষ অভিযানৰ বাবে এই সন্মান।।

You might also like
Leave A Reply

Your email address will not be published.