অ’স্কাৰৰ দৌৰত এখন অসমীয়া চিনেমা

অ’স্কাৰৰ দৌৰত অসমীয়া ছবি।শাৰদীয় বতৰত অসমবাসীলৈ এই সুখবৰ কঢ়িয়াই আনিছে কৃপাল কলিতাৰ ‘ব্ৰীজ’ ছবিখনে।চলচ্চিত্ৰ বিশ্বৰ সৰ্বোচ্চ সন্মান ‘অ’স্কাৰ’ বঁটাৰ বাবে বাচনিৰ তালিকাত স্থান লাভ কৰা ১২খন ভাৰতীয় ছবিৰ মাজত অন্তৰ্ভুক্ত হৈছে অসমীয়া ছবি ‘ব্ৰীজ’।

You might also like
Leave A Reply

Your email address will not be published.