অৰুণাচলৰ মুখ্যমন্ত্ৰীলৈ পৰেশ বৰুৱাৰ পত্ৰ

অৰুণাচল বাস কৰা অসমৰ লোক সকলক পিআৰচি প্ৰদানৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুলৈ এক পত্ৰ যোগে আহ্বান পৰেশ বৰুৱাৰ। আলফা(স্বা) নেতাজনৰ অভিযোগ অৰুণাচল বাসী অসমীয়া সকল স্থায়ী বসতিৰ প্ৰমাণ পত্ৰৰ পৰা বঞ্চিত হৈ আহিছে।।

You might also like
Leave A Reply

Your email address will not be published.