অৱশেষত গ্ৰেপ্তাৰ ডাঃ নৱনীল বৰুৱাক

শেষ ৰক্ষা ন’হল ডাঃ নৱনীল বৰুৱাৰ।উদণ্ড মডেল ৰাজকণ্যা বৰুৱাক ৰক্ষণাবেক্ষণ দিয়াৰ অপৰাধত অৱশেষত গ্ৰেপ্তাৰ হ’ল GNRCৰ জ্যেষ্ঠ চিকিৎসক জন।তিনি দিন যোৰা জেৰাৰ অন্তত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ডাঃ নৱনীল বৰুৱাক।সান্ধ্য আইন অমান্য কৰি নৈশ পাৰ্টীৰ অভিযোগত জালত পৰিব হোটেল ভিভান্টা কৰ্তৃপক্ষ সহ একাধিক জন! ইতিমধ্যে নৈশ পাৰ্টীত উপস্থিত থকা সকলৰ ভিডিঅ’ ফুটেজ সহ তালিকা বিচাৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।।

You might also like
Leave A Reply

Your email address will not be published.