অৱশেষত গ্ৰেপ্তাৰ বিতৰ্কিত DIG ৰৌণক আলীক

অৱশেষত গ্ৰেপ্তাৰ বৰণ কৰিবলগীয়া হ’ল অসম আৰক্ষীৰ শীৰ্ষ বিষয়া তথা উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকা।আজি মহানগৰীৰ হেঙেৰাবাৰীৰ ঘৰৰ পৰা মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছে বিতৰ্কিত DIG জনক।আয়তকৈ সামঞ্জস্যহীন সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে DIG হাজৰিকাক।উল্লেখযোগ্য যে বিভাগীয় অনুমতি অবিহনে একাধিক বিদেশ ভ্ৰমণৰ অভিযোগত নিলম্বিত কৰাৰ পাছতে বিতৰ্কিত DIG ৰৌণক আলী হাজৰিকাৰ দুৰ্নীতিক লৈ তদন্তত নামি পৰিছিল মুখ্যমন্ত্ৰীৰ তদাৰকী কোষ।।

You might also like
Leave A Reply

Your email address will not be published.