আকাশমাৰ্গত দেশৰ গৰ্ব

আজি ভাৰতীয় বায়ুসেনাৰ ৮৯ সংখ্যক প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় বায়ুসেনাই তিনিটা গোটক প্ৰদান কৰে বিমান কৰ্মচাৰী গোটৰ মুখ্য প্ৰশস্তি পত্ৰ। ২০১৯ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত পাকিস্তানৰ বালাকোট বিমান আক্ৰমণ কৰা আৰু এপ্ৰিল মে মাহৰ পৰা ভাৰত চীন সীমান্তত অতি উচ্চ উচ্চতাত কাম কৰা ৪৭ স্কোয়াড্ৰণ, লাডাখত বিমান প্ৰতিৰক্ষাৰ বাবে নিয়োজিত ২২৫৫ স্কোয়াড্ৰণ আৰু আল্টা লাইট হেলিকপ্টাৰেৰে সজ্জিত ১১৬ গৰাকী হেলিকপ্টাৰ ৰুডক প্ৰদান কৰা হয় প্ৰশস্তি পত্ৰ।

You might also like
Leave A Reply

Your email address will not be published.