আকৌ সমুখ সমৰত ভাৰত-চীন

পুনৰ ভাৰত আৰু চীনা সৈন্যৰ মুখামুখী। প্ৰাপ্ত খৱৰ মতে যোৱা সপ্তাহত অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচি) ওচৰত প্ৰায় ২০০ পিএলএ সৈন্যক ভাৰতীয় সেনাই বাধা দিয়াৰ ঘটনা সংঘটিত হৈছিল। দুই দেশৰ সৈন্যৰ মাজত মুখামুখি হোৱাটো সীমান্তৰ ওচৰত এটা নিয়মীয়া টহলৰ সময়ত সংঘটিত হৈছিল য’ত ভাৰতীয় সৈন্যই সীমান্তৰ ওচৰত প্ৰায় ২০০ চীনা সৈন্যক বাধা দিছিল।

দুই দেশৰ স্থানীয় কমাণ্ডাৰসকলে সমস্যাটো সমাধান কৰাৰ পিছত দুয়োপক্ষৰ সৈন্য নিজ নিজ বেৰেকলৈ ওভটে।।

You might also like
Leave A Reply

Your email address will not be published.