আজিও জামিন ন’হল শ্বাহৰূখ পুত্ৰৰ

আজিও জামিন নাপালে ‘কিং খান’ৰ ড্ৰাগছ আসক্ত পুত্ৰই।বলিউডৰ চুপাৰষ্টাৰ শ্বাহৰূখ খানৰ পুত্ৰ আৰিয়ান খানৰ জামিন সন্দৰ্ভত কাইলৈ পুনৰ হ’ব শুনানি।বৃহস্পতিবাৰে দিনৰ ১২ বজাত মুম্বাই চেছন ক’ৰ্টত গ্ৰহণ কৰা হ’ব শুনানি।তেতিয়ালৈকে কাৰাগাৰতে থাকিব শ্বাহৰূখ পুত্ৰ। ইফালে মুম্বাইৰ এই ড্ৰাগছ বিতৰ্কৰ পাছতে পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য। বিদেশলৈকে শিপাই আছে ভয়ংকৰ ড্ৰাগছ ৰেকেট।।

You might also like
Leave A Reply

Your email address will not be published.