সুস্বাদু আৰু ৰসাল ফল আম ভাল নোপোৱা মানুহ হয়তো ক’তো নোলাব। গ্ৰীষ্মকালীন এই জনপ্ৰিয় ফল আমৰো আছেএটা বিশেষ দিন। হয়, আমি ৰাষ্ট্ৰীয় আম দিৱসৰ কথা কৈছো। প্ৰতি বছৰে ২২ জুলাইত উদযাপন কৰা এই দিনটো। ফলৰ ৰজা আম পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় ফলবোৰৰ ভিতৰত এটা। আম কেৱল এটা ফলেই নহয়, বিশ্বৰ বিভিন্ন দেশৰ জনজীৱনৰো এক অবিচ্ছেদ্য অংগ।
গ্ৰীষ্মকালত বিভিন্ন জনে পছন্দ কৰে আমৰ বিভিন্ন ব্যঞ্জন। আমৰ তৰকাৰী, স্মুদি, আমৰ কে’ক, আমৰ আইচক্ৰীম আদি হৈছে আম প্ৰেমীসকলৰ অন্যতম প্ৰিয় ব্যঞ্জন।
এই বিশেষ দিনটোৰ উৎপত্তি সন্দৰ্ভত অজ্ঞাত যদিও আমৰ আঁৰত এক সমৃদ্ধ ইতিহাস আছে। ভাৰতত ৫০০০ বছৰৰ আগতে আমৰ খেতি কৰা হৈছিল । ই ভাৰতৰ জনজীৱন আৰু ধৰ্মীয় অনুষ্ঠানৰ সৈতে অবিচ্ছেদ্যভাৱে সম্পৰ্কিত।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ‘আম’ৰ দিন
Related Posts
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like