আজি কাতি বিহুৰ উৰুকা

ক’ভিড, মূল্যবৃদ্ধিয়ে কোঙা কৰা ৰাজ্যত কাইলৈ কঙালী বিহু।আজি বাপতিসাহোন কঙালীৰ উৰুকা।কাতি বিহুৰ পৰম্পৰা ৰক্ষাৰ বাবে সাজু হৈছে অসমীয়া।মাহৰ সংক্ৰান্তিত কাইলৈ ৰাজ্যবাসীয়ে পালন কৰিব কাতি বিহু।পৰম্পৰা ৰক্ষাৰ্থে সাজু হৈ উঠিছে সত্ৰনগৰী মাজুলীবাসীও।৩৬৮ বছৰীয়া পৰম্পৰাৰে আজি কাতি বিহুৰ উৰুকাৰ সন্ধ্যা ঐতিহ্যমণ্ডিত আউনিআটী সত্ৰত জিলিকিব ২১ গছি আকাশ বন্তি।।

You might also like
Leave A Reply

Your email address will not be published.