আজি ভাতৃ-ভগ্নীৰ উচাহৰ দিন

আজি পবিত্ৰ ৰক্ষা বন্ধন উৎসৱ। প্ৰতি বছৰে শাওন মাহৰ পূৰ্ণিমাত ৰক্ষা বন্ধন উৎসৱ পালন কৰা হয়। আজিৰ দিনটোত ভগ্নীসকলে তেওঁলোকৰ ভাতৃসকলৰ মণিবন্ধত ৰক্ষা সূত্ৰ বান্ধে আৰু তেওঁলোকক সুখ আৰু তেওঁলোকক সুৰক্ষা দিয়াৰ সংকল্প গ্ৰহণ কৰে। এই উৎসৱৰ সময়ত বহুলোকে উপবাস কৰে,যি ভাই-ভনী সকলৰ পবিত্ৰ মৰম আৰু স্নেহৰ প্ৰতীক।

এই দিনটোত, ভাই-ভনী সকলে তেওঁলোকৰ ভনীয়েকক তেওঁলোকৰ সামৰ্থ্য অনুসৰি উপহাৰ দিয়ে। আজি সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি বিৰাজ কৰিছে পবিত্ৰ ৰাখী পূৰ্ণিমাৰ পৰম্পৰাগত উচাহ।।

You might also like
Leave A Reply

Your email address will not be published.