আজি ১৩ অক্টোবৰ

➡️ আজি দূৰ্গা পূজাৰ মহা অষ্টমী তিথি।

➡️ ১৯১১ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ তাৰকা অশোক কুমাৰৰ জন্ম হৈছিল ।

➡️ ১৯১১ চনৰ ১৩ অক্টোবৰত ভগ্নী নিবেদিতাৰ মৃত্যু হৈছিল।

➡️ প্ৰখ্যাত সংগীত শিল্পী তথা অভিনেতা কিশোৰ কুমাৰৰ মৃত্যু হৈছিল ১৯৮৭ চনৰ ১৩ অক্টোবৰত।

➡️ ২০০০ চনৰ আজিৰ দিনটোতে কোৰিয়া উপদ্বীপত শান্তি স্থাপনৰ হকে কৰা প্ৰয়াসৰ বাবে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম ডে জুঙলৈ শান্তিৰ ন’বেল বঁটা আগবঢ়োৱা হৈছিল।

➡️ ২০০১ চনৰ ১৩ অক্টোবৰত আফগানিস্তানত এসপ্তাহ মাৰ্কিন আক্ৰমণত তিনি শতাধিকৰ মৃত্যু আৰু বহু লোক আক্ৰান্ত হৈছিল । আমেৰিকাত লাডেনৰ জৈৱাস্ত্ৰ বুলি ভবা ‘এনথ্ৰাক্স’ ত চাৰিজন লোক আক্ৰান্ত হৈছিল ।এজনৰ মৃত্যু হৈছিল। জৈৱাস্ত্ৰৰ বিভীষিকাত আতংকিত হৈছিল আমেৰিকাবাসী।।

You might also like
Leave A Reply

Your email address will not be published.