১৮৭৬ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ বাংলা ঔপন্যাসিক শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম হৈছিল ।
১৯১৫ চনৰ ১৭ ছেপ্টেম্বৰত ভাৰতীয় চিত্ৰশিল্পী মকবুল ফিদা হুছেইনৰ জন্ম হৈছিল ।
১৯৩৪ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে কংগ্ৰেছৰ সদস্যপদ ত্যাগ কৰিছিল ।
ছিউলত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল ১৯৮৮ চনৰ ১৭ ছেপ্টেম্বৰৰ পৰা।
১৯৮৯ চনৰ ১৭ ছেপ্টেম্বৰত তামিলনাডুৰ ৰাজনৈতিক দল ডি এম কে গঠন হৈছিল।
১৯৮২ চনৰ আজিৰ দিনটোতে ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰথম টেষ্ট ক্ৰিকেট অনুষ্ঠিত হৈছিল ।
১৯৫৬ চনৰ আজিৰ দিনটোতে তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন হৈছিল।।