আজি ১৭ জুলাই

➡️ আজি ইৰাকৰ ৰাষ্ট্ৰীয় দিৱস।

➡️ ১৪৫৩ চনৰ আজিৰ দিনটোতে চাৰ্লছৰ নেতৃত্বাধীন ফৰাচী বাহিনীয়ে ইংৰাজৰ বিৰুদ্ধে জয়লাভ কৰিছিল । ইয়াৰ লগে লগে অন্ত পৰিছিল ফ্ৰান্সত ইংৰাজ শাসনৰ । লগতে সামৰণি পৰিছিল এশ বছৰীয়া যুদ্ধৰ ।

➡️ মাৰ্কিন ৰহস্য ঔপন্যাসিক আৰ্ল ষ্টেনলি গাৰ্ডনাৰৰ জন্ম হৈছিল ১৮৮৯ চনৰ ১৭ জুলাইত।

➡️ ১৮৮৯ চনৰ আজিৰ দিনটোতেই ১ মে’ৰ দিনটো আন্তৰ্জাতিক শ্ৰমিক দিৱস বা মে’ দিৱস ৰূপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

➡️ ভাৰতত নিয়োগৰ ক্ষেত্ৰত মহিলাৰ প্ৰতি থকা সকলো বাধা নিষেধ প্ৰত্যাহাৰ কৰা হৈছিল ১৯৪৮ চনৰ আজিৰ দিনটোতেই।

➡️ ১৯৭৬ চনৰ ১৭ জুলাইৰ পৰা মন্ট্ৰিলত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল।

➡️ ১৯৯৬ চনৰ আজিৰ দিনটোতেই তামিলনাডুৰ ৰাজধানী মাদ্ৰাজৰ নাম চেন্নাইলৈ পৰিৱৰ্তন কৰা হৈছিল।

➡️ ১৭২৩ চনৰ ১৭ জুলাইত স্কটলেণ্ডৰ অৰ্থনীবিদ, দাৰ্শনিক, ৰাজনীতিক, অৰ্থনীতিৰ জনক আডাম স্মিথৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.