আজি ১ ফেব্ৰুৱাৰী

➡️১৭৮৫ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে ৱাৰেন হেষ্টিংছৰ ভাৰতৰ গৱৰ্নৰ জেনেৰেল পদৰ পৰা পদত্যাগ।
➡️১৮৩১ চনৰ আজিৰ দিনটোতে কলকাতাত ভাৰতৰ প্ৰথমখন চাৰুকলা প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল।
➡️১৮৮৫ চনৰ আজিৰ দিনটোতে একাদিক্ৰমে তিনিটা টেষ্ট চেঞ্চুৰী কৰি মহম্মদ আজহাৰউদ্দিনৰ বিশ্ব অভিলেখ।
➡️১৯২৪ চনৰ এই দিনটোতে চলচ্চিত্ৰ পৰিচালক পদুম বৰুৱাৰ জন্ম হৈছিল।
➡️১৯৩৩ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে পুণেৰ পৰা মহাত্মা গান্ধীৰ প্ৰসিদ্ধ ‘হৰিজন’ পত্ৰিকাৰ প্ৰথম প্ৰকাশ।
➡️১৯৫৩ চনৰ আজিৰ দিনটোতে কলকাতাৰ ইম্পিৰিয়েল লাইব্ৰেৰীক জাতীয় গ্ৰন্থাগাৰ বা নেচনেল লাইব্ৰেৰী ৰূপে আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল।
➡️১৯৬৪ চনৰ এই দিনটোতে ইউনিট ট্ৰাষ্ট অব ইণ্ডিয়া, সংক্ষেপে ইউ টি আই প্ৰতিষ্ঠা হৈছিল।
➡️১৯৭২ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিমান প্ৰধিকৰণ গঠন কৰা হৈছিল।
➡️১৯৭৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ উপকুলৰক্ষী নৌ-সেনা গঠন হৈছিল।
➡️২০০৩ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে ওভতনি যাত্ৰাত মাৰ্কিন মহাকাশযান ‘কলম্বিয়া’ বিস্ফোৰণ ঘটি ধ্বংস হৈছিল। ‘কলম্বিয়া’ৰ এই অভিযানত অংশ লোৱা প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী কল্পনা চাওলাসহ সাতজন মহাকাশচাৰীৰ কৰুণ মৃত্যু হৈছিল।
➡️২০০৪ চনৰ আজিৰ দিনটোতে ইৰাকৰ উত্তৰ অঞ্চলৰ আৰ্বিল চহৰত হোৱা বোমা বিস্ফোৰণত দুই শতাধিক লোক নিহত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.