আজিৰ দিনটো দিন-ৰাতি সমান।
আজিৰ দিনটো বিশ্ব বৰ্ণবৈষম্য নিবাৰণী দিৱস হিচাপে পালন কৰা হয়।
১৮৩৬ চনৰ ২১ মাৰ্চ তাৰিখে কলকাতাত ভাৰতৰ প্ৰথমটো ৰাজহুৱা পুথিভঁৰাল কলকাতা পাব্লিক লাইব্ৰেৰী মুকলিকৰা হৈছিল। ১৯০৩ চনৰ ৩০ জানুৱাৰীত এইটো পুথিভঁৰাল ইম্পেৰিয়েল লাইব্ৰেৰীৰ লগত চামিল হয়।
১৯১৬ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত চেহনাই বাদক বিছমিল্লা খানৰ জন্ম হৈছিল।
১৯২১ চনৰ এই দিনটোতে ভাৰতৰ জাতীয় কংগ্ৰেছৰ পতাকা গৃহীত কৰা হৈছিল।
১৯৯০ চনৰ ২১ মাৰ্চ তাৰিখে নামিবিয়াই স্বাধীনতা লাভ কৰিছিল।
১৯৯৮ চনৰ আজিৰ দিনটোতে বিশ্বৰ আটাইতকৈ দীঘলীয়া সময়ৰ (১৭ দিন ২২ ঘণ্টা) ট্ৰায়াথলন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। এই প্ৰতিযোগিতা ৪ এপ্ৰিললৈকে চলে।
২০০৬ চনৰ এই দিনটোতে বিশিষ্ট শিশু সাহিত্যিক (এণ্ডি খুৰা নামেৰে জনপ্ৰিয়) ডাঃ নগেন দত্তৰ মৃত্যু হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২১ মাৰ্চ
Prev Post
Next Post
You might also like