আজি ২৭ আগষ্ট

➡️ ১৬০৪ চনৰ ২৭ আগষ্টত শিখ গুৰু অৰ্জুন দেৱে ‘গ্ৰন্থ চাহেব’ সংকলন আৰু সংগ্ৰহ কৰিছিল । এই বছৰৰে এই দিনটোতে ইয়াক অমৃতসৰৰ স্বৰ্ণ মন্দিৰত সংৰক্ষণ কৰা হৈছিল ।

➡️ ১৮৫৯ চনৰ ২৭ আজিৰ দিনটোতে আমেৰিকাৰ পেনছিলভেনিয়াত খাৰুৱা তেলৰ সন্ধান লাভ কৰিছিল ।

➡️ ক্ৰিকেট খেলুৱৈ ছাৰ ডন ব্ৰেডমেনৰ জন্ম হৈছিল ১৯০৮ চনৰ ২৭ আগষ্টত।

➡️ ১৯১০ চনৰ ২৭ আগষ্টত মাদাৰ টেৰেছাৰ জন্ম হৈছিল।

➡️ জাৰ্মানীৰ ডন অহাইনে নিৰ্মাণ কৰা জেট ইঞ্জিনেৰে সজ্জিত উৰাজাহাজৰ পৰীক্ষামূলক উৰণ সম্পন্ন হৈছিল ১৯৩৯ চনৰ ২৭ আগষ্টত।

➡️ ১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ বৃহত্তম সংবাদ সংস্থা প্ৰেছ ট্ৰাষ্ট অব ইণ্ডিয়া, সংক্ষেপে পি টি আই গঠন হৈছিল।

➡️ ১৯৭৯ চনৰ আজিৰ দিনটোতে লৰ্ড মাউণ্টবেটেনৰ মৃত্যু হৈছিল।

➡️ প্ৰায় ৬০ হাজাৰ বছৰৰ অন্তত মংগল গ্ৰহ পৃথিৱীৰ নিকটতম স্থানত অৱস্থান কৰিছিল ২০০৩ চনৰ ২৭ আগষ্টত।।

You might also like
Leave A Reply

Your email address will not be published.