আজি ৩০ অক্টোবৰ

➡ ১৮৮৩ চনৰ আজিৰ দিনটোতে স্বামী দয়ানন্দ সৰস্বতীৰ মৃত্যু হৈছিল ।

➡ ১৮৬৪ চনৰ ৩০ অক্টোবৰত অষ্ট্ৰিয়াৰ সম্ৰাটৰ লগত প্ৰুছিয়া আৰু ডেনমাৰ্কৰ ৰজাৰ এক শান্তি চুক্তি স্বাক্ষৰিত হৈছিল । বিশ্ব ইতিহাসত এই চুক্তি ‘ভিয়েনা চুক্তি’ নামে খ্যাত ।

➡ ভাৰতীয় বিজ্ঞানী হোমি জাহাংগীৰ ভাবাৰ জন্ম হৈছিল ১৯০৯ চনৰ আজিৰ দিনটোতে ।

➡ ১৯৪৫ চনৰ ৩০ অক্টোবৰত ভাৰত ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল ।

➡ ১৯৫৬ চনৰ আজিৰ দিনটোতে দিল্লীত অশোক হোটেল মুকলি কৰা হৈছিল ।

➡ আৰ্জেন্টিনাৰ ফুটবল খেলুৱৈ মাৰাডোনাৰ জন্ম হৈছিল ১৯৬০ চনৰ ৩০ অক্টোবৰত ।

➡ ১৯৯০ চনৰ আজিৰ দিনটোতে ভাৰতীয় জনতা পাৰ্টী আৰু বিশ্ব হিন্দু পৰিষদে অযোধ্যাৰ বাবৰি মছজিদ ভাঙি তাত ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ উদ্যোগ গ্ৰহণ কৰিছিল । কেন্দ্ৰীয় চৰকাৰ আৰু দেশৰ প্ৰগতিশীল দলসমূহৰ বিৰোধিতাত এই প্ৰচেষ্টা সম্ভৱ নহ’ল।।

You might also like
Leave A Reply

Your email address will not be published.