আজি ৩০ ডিচেম্বৰ

▶️১৭৩০ চনৰ আজিৰ দিনটোতেই জাপানত প্ৰবল ভূমিকম্পত ১ লাখ ৩৭ হেজাৰ লোকৰ মৃত্যু হৈছিল।
▶️১৮০৩ চনৰ এই দিনটোতেই মোগলৰ হাতৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ দিল্লী আৰু আগ্ৰাৰ শাসনভাৰ গ্ৰহণ।
▶️১৮৬৫ চনৰ এই দিনটোতেই ইংৰাজ সাহিত্যিক ৰুডিয়াৰ্ড কিপলিঙৰ মুম্বাইত জন্ম হৈছিল।
▶️১৮৮৭ চনৰ আজিৰ দিনটোতেই ভাৰতীয় বিদ্যাভৱনৰ প্ৰতিষ্ঠাতা কে এম মুন্সীৰ জন্ম হৈছিল।
▶️১৯০৬ চনৰ এই দিনটোতেই ঢাকাত মুছলিম শিক্ষা সন্মিলনত সৰ্বভাৰতীয় মুছলিম লীগ প্ৰতিষ্ঠা।
▶️১৯২২ চনৰ এই দিনটোতেই ৰাছিয়াৰ নতুন নাম হৈছিল ‘ইউনিয়ন অৱ ছোভিয়েট চ’ছিয়েলিষ্ট ৰিপাব্লিকছ(USSR)’।
▶️১৯৪৪ চনৰ আজিৰ দিনটোতেই ফৰাছী ঔপন্যাসিক ৰোমাঁ ৰোলাঁৰ মৃত্যু হৈছিল। ১৯১৫ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৭১ চনৰ আজিৰ দিনটোতেই ভাৰতীয় মহাকাশ বিজ্ঞানী বিক্ৰম ছাৰাভাইৰ মৃত্যু হৈছিল।
▶️১৯৯১ চনৰ এই দিনটোতেই ইংৰাজ বিজ্ঞানী ৰবাৰ্ট বয়লৰ মৃত্যু হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই কবি অজিৎ বৰুৱালৈ অসম উপত্যকা সাহিত্য বঁটা আগবঢ়োৱা হৈছিল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই প্ৰবীণ সাংবাদিক ত্ৰৈলোক্যনাথ শৰ্মাৰ মৃত্যু হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.