আজি ৩১ জুলাই

➡️ ১৮৮০ চনৰ ৩১ জুলাইত ভাৰতীয় সাহিত্যিক মুন্সী প্ৰেমচান্দৰ জন্ম হৈছিল।

➡️ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা এলেন অক্টোভিয়ান হিউমৰ জন্ম হৈছিল ১৯১২ চনৰ আজিৰ দিনটোতে।

➡️ ১৯৩৩ চনৰ ৩১ জুলাইত পুণেৰ পৰা মহাত্মা গান্ধীৰ ‘হৰিজন’ পত্ৰিকাৰ প্ৰথম প্ৰকাশ হৈছিল । (১ ফেব্ৰুৱাৰী) এই বছৰৰ পৰাই মহাত্মা গান্ধীৰ পৰামৰ্শ মতে সবৰমতী আশ্ৰমক ‘হৰিজন আশ্ৰম’ ৰূপে নামকৰণ কৰা হয়। আনহাতে মহাত্মা গান্ধীয়ে সবৰমতী আশ্ৰম ত্যাগ কৰিছিল ৩১ জুলাইত।

➡️ ১৯৭০ চনৰ আজিৰ দিনটোতে নটসূৰ্য ফণী শৰ্মাৰ মৃত্যু হৈছিল।

➡️ হিন্দী ছবিৰ যশস্বী নেপথ্য গায়ক মহম্মদ ৰফিৰ মৃত্যু হৈছিল ১৯৮০ চনৰ ৩১ জুলাইত।

➡️ ১৯৯৮ চনৰ আজিৰ দিনটোতেই লোকসভাই প্ৰচাৰ ভাৰতী আইন গ্ৰহণ কৰিছিল।

➡️ ২০০৪ চনৰ ৩১ জুলাইত তুলসী দাসক ২০০৪ চনৰ নাট্যাচাৰ্য বঁটা প্ৰদান কৰা হৈছিল।

➡️ ২০০৪ চনৰ আজিৰ দিনটোতেই অসমৰ অন্যতম চিনেমাটোগ্ৰাফাৰ, পৰিচালক অজান বৰুৱাৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.