আজি ৩ আগষ্ট

বিশ্ৱ বন্ধুত্ৱ দিৱস ।
১৩৪৭ আলাউদ্দিন হাছান ওৰফে জাফৰ খানৰ বাহমনি সাম্ৰাজ্য প্ৰতিষ্ঠা ।
১৮৮৫ উমেশ চন্দ্ৰ বন্দোপাধায়ৰ সভাপতিত্ৱত মুম্বাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন আৰম্ভ ।
১৯১৪ প্ৰথম মহাসাগৰত ফ্ৰান্সৰ বিৰুদ্ধে জাৰ্মানীৰ যুদ্ধ ঘোষণা ।
১৯৬০ নাইজাৰৰ স্ৱাধীনতা লাভ ।
১৯৭৪ এংগোলো, মোজাম্বিক আৰু গিনি বিচাওৰ স্ৱাধীনতা লাভ ।
১৮৮৬ হিন্দী সাহিত্যৰ বিশিষ্ট পণ্ডিত মৈথিলীচৰণ গুপ্তৰ জন্ম ।
১৯৯৯ ‘নৰ্মদা বচাও’ আন্দোলনত সাহিত্যিক অৰুন্ধতী ৰয়ৰ অংশগ্ৰহণ ।
২০০১ কানাডাত এডমন্টনৰ বিশ্ৱ এথ্লেটিক্ছ চেম্পিয়নশ্ৱিপ আৰম্ভ ।
২০০৪ বানপানীৰ সংহাৰী ৰূপত অসমৰ সহস্ৰাধিক গাঁও জলমগ্ন, শতাধিক জীৱ- জন্তুৰ মৃত্যু ।
১৯৫৯ কবি- দাৰ্শনিক ভৱানন্দ দত্তৰ মৃত্যু ।

You might also like
Leave A Reply

Your email address will not be published.