আজি ৩ জুলাই

➡️ আজি বেলাৰুছৰ ৰাষ্ট্ৰীয় দিৱস।

➡️ ১৯১২ চনৰ ৩ জুলাইত জন্ম হৈছিল সাহিত্যিক গিৰিধৰ শৰ্মাৰ।

➡️ আলজেৰিয়াই স্বাধীনতা লাভ কৰিছিল ১৯৬২ চনৰ আজিৰ দিনটোতে।

➡️ ২০০৫ চনৰ ৩ জুলাইত ভেনাছ উইলিয়ামছে উইম্বলডন মহিলাৰ ছিংগলছ খিতাপ অৰ্জন কৰিছিল। আনহাতে ৰ’জাৰ ফেডাৰাৰৰ ক্ৰমাগত তৃতীয়বাৰলৈ উইম্বলডনৰ পুৰুষৰ ছিংগলছ খিতাপ লাভ।

You might also like
Leave A Reply

Your email address will not be published.