আজি ৯ অক্টোবৰ

➡️ ১৯৩১ চনৰ আজিৰ দিনটোতে ভাৰতীয় বিমান বাহিনী প্ৰতিষ্ঠা হৈছিল।

➡️ ১৯৬৭ চনৰ ৯ অক্টোবৰত চে গুৱেভাৰাৰ মৃত্যু হৈছিল।

➡️ ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰত ইউৰেনিয়াম ২৩৩ উৎপাদন হৈছিল ১৯৭০ চনৰ ৯ অক্টোবৰত।

➡️ ১৯৭৬ চনৰ আজিৰ দিনটোতে মুম্বাই আৰু লণ্ডনৰ মাজত প্ৰথম আই এছ ডি (ISD) সেৱা মুকলি কৰা হৈছিল।

➡️ ১৯৭৮ চনৰ ৯ অক্টোবৰত বেংককত এছিয়ান গেমছ আৰম্ভ হৈছিল।

➡️ গোৱালপাৰাৰ কৃষ্ণাই-বলবলাত হোৱা এক ধুমুহা আৰু বানত শতাধিক লোক হতাহত হৈ বহুলোক সন্ধানহীন হৈছিল ২০০৪ চনৰ ৯ অক্টোবৰত।

➡️ ১৯৯০ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথমখন তৈলবাহী জাহাজ ‘মতিলাল নেহৰু’ উদ্বোধন কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.