- আমেৰিকাৰ পৰা পঞ্জাৱৰ অমৃতসৰত অৱতৰণ কৰিলে C-17 বিমান
- উপস্থিত বিতাড়িত ভাৰতীয়ৰ প্ৰথমটো গোট
- ট্ৰাম্প প্ৰশাসনৰ কঠোৰ সিদ্ধান্ত
- আমেৰিকাৰ পৰা খেদি পঠিয়ালে শ শ ভাৰতীয়ক
- আমেৰিকাৰ বায়ু সেনাৰ বিশেষ বিমান C-17ৰে লৈ অনা হ’ল ভাৰতলৈ
- শ্ৰী গুৰু ৰামদাস জী আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ
- ডিটেনচন চেণ্টাৰলৈ লৈ যোৱা হ’ব একাংশ বিতাড়িত লোকক
- জানিব পৰা মতে উপস্থিত হোৱা অধিকাংশ লোক গুজৰাট আৰু পঞ্জাৱৰ
- প্ৰতিগৰাকী ভাৰতীয়ৰ নথি-পত্ৰ পৰীক্ষণ ট্ৰাম্প প্ৰশাসনৰ
- ১৮ হেজাৰ ভাৰতীয়ক বিতাড়ন কৰিব আমেৰিকাই
- অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ নীতি ড’নাল্ড ট্ৰাম্পৰ
- অনুপ্ৰৱেশক ভাৰতে কেতিয়াও সমৰ্থন নকৰে বুলি স্পষ্ট বাৰ্তা ভাৰতৰ
- ভাৰতৰ লগতে আন বহু ৰাষ্ট্ৰৰ অনুপ্ৰৱেশকাৰীক বিতাড়ন
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আমেৰিকাৰ পৰা খেদি পঠিয়ালে শ শ ভাৰতীয়ক
You might also like